15/08/2026
৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা!
ভাৰতবৰ্ষৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত, মাত্ৰী ইলেক্ট্ৰিকেলছৰ (Matri Electrical) তৰফৰ পৰা সকলোলৈকে জনালোঁ গভীৰ শ্ৰদ্ধা আৰু আন্তৰিক ওলগ।
আমাৰ দেশৰ অখণ্ডতা, প্ৰগতি আৰু বিকাশৰ যাত্ৰাত পোহৰ আৰু শক্তি যোগাবলৈ আমি অংগীকাৰবদ্ধ। আহক, সকলোৱে মিলি এক উজ্জ্বল আৰু শক্তিশালী ভাৰত গঢ়ি তোলোঁ।
জয় হিন্দ! বন্দে মাতৰম!
মাতৃ ইলেক্ট্ৰিকেলছ
(Matri Electrical)
যোগাযোগ: 6001925323 / 9954925323