Viocity Buildings

Call Website Contact the business

Viocity Buildings “Premium RCC Residential Building Construction in Assam. From planning to execution — we build your dream home with quality, trust & engineering excellence.”

Viocity Buildings is a Perfect Platform through which a common man will be able to Design his own Dream Home and also can build it solidly through proper Engineering with maintaining proper Budget without any hassle.

04/10/2026

🏡 নিজৰ মাটি আছে?
কিন্তু ঘৰ বনাবলৈ কিমান বাজেট লাগিব—সেইটো লৈ চিন্তাত আছে? 🤔
RCC নে অসম টাইপ?
১,০০০ sqft ঘৰ বনাবলৈ কিমান খৰচ হ’ব?
Home Loan ল’লে মাহিলী EMI কিমান হ’ব পাৰে?
আপোনাৰ বাজেট অনুযায়ী পৰিকল্পনাটো জানি লওক। 👇
📲 আপোনাৰ বাজেট জনাই WhatsApp কৰক
👉 ৬০০০৬৮৮৫৬২
❤️ আপোনাৰ পৰিয়াল বা চিনাকিৰ কোনোবাই ঘৰ বনাবলৈ ভাবিছে নেকি? এই ভিডিঅ’টো তেওঁলোকলৈ পঠিয়াই দিয়ক।
এটা Share হয়তো কাৰোবাৰ বহুদিনৰ সপোনৰ ঘৰটোৰ প্ৰথম পদক্ষেপ হ’ব পাৰে। 🏠❤️
#ঘৰনিৰ্মাণ #অসমতঘৰ

26/09/2026

₹২০ লাখ একেলগে নাই? তথাপিও নিজৰ ঘৰ বনাব পাৰিবনে? 🤔🏠
VIOCITY-ৰ 1% মাহিলী পৰিশোধ আঁচনিৰ বিষয়ে জানক।
আপোনাৰ প্ৰকল্পৰ খৰচ আৰু চুক্তি অনুসৰি পৰিশোধৰ পৰিকল্পনা কৰা হয়।
👨‍👩‍👧‍👦 আপোনাৰ চিনাকি কোনোবাই ঘৰ বনাব বিচাৰিছে নেকি?
এই Reelটো তেওঁলোকলৈ Share কৰক ❤️ — এই তথ্যটো তেওঁলোকৰ কামত আহিব পাৰে।
📲 “1%” লিখি WhatsApp কৰক: 6000688562
চৰ্ত আৰু নিয়ম প্ৰযোজ্য। প্ৰকৃত পৰিশোধৰ সময়সূচী চুক্তি অনুসৰি।

21/09/2026

₹20 লাখ Budget থাকিলে—Honda City নে নিজৰ RCC ঘৰ? 🏠🚗
ঘৰ বনাব বিচাৰে কিন্তু একেলগে ডাঙৰ amount arrange কৰাটো কঠিন?
👉 সেইবাবেই আমি 1% Monthly Payment Plan-ৰ এটা construction payment option লৈ আহিছোঁ।
আপোনাৰ Budget আৰু Project অনুযায়ী payment plan কেনেকৈ হ’ব পাৰে, সেইটো জানিবলৈ—
📲 WhatsApp: 6000688562
👇 Comment কৰক “1%”
আৰু আপোনাৰ চিনাকি কোনোবাই ঘৰ বনাব বিচাৰিছে যদি, এই Reelটো Share কৰি দিয়ক। ❤️
Terms & conditions apply. Project/eligibility অনুযায়ী payment terms ভিন্ন হ’ব পাৰে.

10/09/2026

🏠 মাহে ₹30,000 Salary — RCC ঘৰ এখন বনাব পাৰিবনে?
বহুতৰে নিজৰ মাটিখিনি আছে, ঘৰ বনোৱাৰ ইচ্ছাও আছে… কিন্তু প্ৰশ্নটো হ'ল —
“মোৰ Salaryত Bankৰ পৰা কিমান Home Loan পাব?”
উদাহৰণ হিচাপে ₹20 লাখ Loan, 7.5% interest আৰু 20 বছৰৰ tenure ধৰিলে EMI প্ৰায় ₹16,100/month আহে।*
কিন্তু কেৱল Salary চাই Loan final নহয় — existing EMI, credit profile, age, lender policy আদি কথাও জড়িত থাকে।
👉 আপোনাৰ ক্ষেত্ৰত কিমান Loan হ'ব পাৰে জানিব বিচাৰে?
Comment কৰক “LOAN” 👇
Watsapp 6000688562
🏡 নিজৰ ঘৰ বনোৱাৰ আগতে EMIটো জানি লওক।
Figures are illustrative; actual eligibility/rates vary.

08/09/2026

🏠 Guwahatiত FLAT কিনিব বিচাৰিছে নেকি?
₹50 লাখৰ এটা Flat কিনিলে মাহে EMI কিমান হ’ব? 😮
Down Payment কিমান লাগিব?
Home Loan কিমান পাব?
আৰু কোন Areaত কিনিলে ভাল হ’ব?
এইবোৰ নজনাকৈ Flat কিনাৰ সিদ্ধান্ত নল’ব। ⚠️
Upper Assamৰ পৰা Guwahatiত Flat কিনিব বিচৰা হলে এই Reelটো Save কৰি ৰাখক ❤️
📩 আপোনাৰ Budget + 2BHK/3BHK লিখি DM/WhatsApp কৰক।
VIOCITY — আপোনাৰ Guwahati Flat Search সহজ কৰক. 🏠

06/09/2026

🏠 ₹15 লাখ Home Loan লৈ Assam Type ঘৰ বনালে EMI কিমান হ’ব? 😳
বহুতে ভাবিছে —
“₹15 লাখ Loan ল’লে মাহে কিমান EMI দিব লাগিব?” 🤔
👉 20 বছৰৰ বাবে
👉 Interest rate অনুযায়ী EMI সলনি হ’ব পাৰে
👉 আপোনাৰ income & eligibility-ও গুৰুত্বপূৰ্ণ
আপুনি ₹15 লাখ Home Loan ল’লে EMI কিমান হ’ব বুলি ভাবিছে?
👇 Comment কৰক — ₹12K / ₹15K / ₹18K?
📲 Home Loan সম্পৰ্কে Free Advice: WhatsApp 6000688562
Save কৰি ৰাখক — পিছত কামত আহিব পাৰে ❤️

04/09/2026

🏠 মাত্ৰ ₹15 লাখ টকাত Modern Designৰ ঘৰ বনাব পাৰি নেকি? 😳
বহুতে ভাবে —
❌ Modern ঘৰ মানেই বহুত বেছি Budget
❌ Home Loan মানেই বহুত ডাঙৰ EMI
কিন্তু কথাটো অলপ বেলেগ! 👀
👉 সঠিক Planning + Design + Budgeting থাকিলে কম Budgetতো ধুনীয়া ঘৰ বনোৱাৰ সম্ভাৱনা থাকে।
👉 আৰু Home Loan eligibility থাকিলে financingৰ optionো থাকিব পাৰে।
💬 আপোনাৰ Budget কিমান?
₹15 লাখ / ₹20 লাখ / ₹25 লাখ?
Commentত লিখক 👇
📲 Home Construction / Home Loan সম্পৰ্কে জানিবলৈ DM কৰক।
এইটো সেইজন মানুহলৈ SHARE কৰক যিজনে ঘৰ বনোৱাৰ Planning কৰি আছে ❤️

30/08/2026

₹25 লাখ টকাত 3BHK RCC ঘৰ? 😳🏠
অসমত এইটো সঁচাকৈ possible নেকি?
এই Reelটো শেষলৈ চাওক—1400 Sqft-ৰ ভিতৰত 3BHK RCC ঘৰ + ₹25 লাখ Home Loan ল'লে আনুমানিক EMI কিমান হ'ব, সহজকৈ দেখুওৱা হৈছে।
আপুনিও ঘৰ বনোৱাৰ Planning কৰিছে যদি 👇
COMMENT কৰক “HOME”
📲 WhatsApp: 6000688562
ঘৰ বনোৱাৰ সপোনটো Planning-ৰ পৰা আৰম্ভ হয়। ❤️

Address

Jorhat

Alerts

Be the first to know and let us send you an email when Viocity Buildings posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Viocity Buildings:

Shortcuts

Share